জীৱন মানে তুমি,
তুমি মানেই জীৱন....
কিন্তু মোৰ বাবে যে,
জীৱন মানেই কষ্ট আৰু সংগ্ৰাম.....

    - আৰ. জে. গকুল