অপেক্ষা অন্ত আজি দেওবাৰে আমি আগবঢ়াম আমাৰ ধাৰাবাহিক প্ৰেম কাহিনীৰ "এনেকৈয়ে ভাগেনে সপোন, খণ্ড - ০২" কেৱল RJ GOKUL আৰু RJ Gokul Entertainment YouTube Channel ত চাবলৈ নাপাহৰিব আজি নিশা ০৯:৩০ বজাত ।
"এনেকৈয়ে ভাগেনে সপোন, খণ্ড - ০২"
কথা : যুগান্তৰ ৰথাংগপানি
সংলাপ: আৰ. জে. গকুল, কাব্যশ্ৰী ভূঞা, বিদিশা চেতিয়া
#rjgokul #rjgokulentertainment #love_story #assamese
0 Comments