জীয়াই থকাৰ সকলো আশা
 নোহোৱা হৈ পৰে 
 যেতিয়া জীৱনে, 
জীৱন্তে সকলো কাহিনীয়ে ।
এতিয়া তোমাৰ পৰা এটাই আশা কৰোঁ 
মৃত্যু যেন মোক আনন্দৰ দিয়া....

- আৰ. জে. গকুল