তোমাৰ প্ৰতিটো কথাই মোক বাৰুকৈয়ে
তোমাৰ কথা ভাবি থাকিবলৈ মোক বাধ্য কৰে
তোমাৰ সহজ সৰল কথাই মোৰ মন মুহি ল'লে
তোমাৰ অবিহনে এতিয়া যেন মোৰ জীৱন আধৰুৱা...

- আৰ. জে. গকুল