জীৱনত হেৰুৱাৰ অনুভৱবোৰে বৰ কষ্ট দিয়ে,
জীৱনত কিবা পাই হেৰুৱাৰ কষ্ট বহুত বেছি,
সেই কষ্ট ভাষাৰে বুজাব নোৱাৰি।
নিঃস্বাৰ্থৰে ভালপোৱাৰ পিছতো 
লাঞ্চনাৰ সন্মুখীন হলে জীয়াই 
থাকিবলৈকে ইচ্ছা নাথাকে।
বৰ কষ্টকৰ এই বেদনা।

- আৰ. জে. গকুল