এটা ভুল বুজা বুজিয়ে এটা সম্পৰ্ক
সঁচাই জানো শেষ কৰিব পাৰে !!!
সকলো শেষ হ'লেও যেন হৃদয়ৰ কোনোবা কোণত তেওঁ সদায় থাকি যায়,
কাৰণ সঁচাকৈ ভালপোৱা জনক পাহৰি যোৱাটো ইমান সহজ নহয় .....
- আৰ. জে. গকুল
#RJGOKUL #loverjgokul #LOVE_STORY #lovepost #love #feelings #axomiya #assamese #assam #Love #MissYou #rjgokul #rjgokulentertainment #voiceover #rj #romantic #quotes #yourquote
0 Comments