ভাল লগা বহু কথাই আছে হৃদয়ৰ কিন্তু বাৰে বাৰে কব খুজিও যেন কব নোৱাৰো, ভয় লাগে কাৰণ মই জানো তোমাৰ দেউতাই এতিয়া আমাৰ সম্পৰ্ক Accept নকৰিব, এটা সময় আছিল মোৰো অভিজাত্যৰে ভৰা এটা জীৱন আছিল কিন্তু হঠাৎ যেন সকলো সলনি হ'ল ব্যৱসায়ত বহুত ডাঙৰ এটা লোকচানৰ সন্মুখীন হৈ আজি মই এজন সাধাৰণ ব্যক্তি হৈ পৰিলোঁ মধ্যবিত্তৰ এটি জীৱন অতিবাহিত কৰি আছোঁ, তোমাৰ দৰে সৰ্গৰ পৰি জনীক নিজৰ কৰাৰ সামৰ্থ যেন মই হেৰুৱাই পেলালোঁ.... এইয়া কোনো কাহিনী নহয়... জীৱনৰ কিছু অধ্যায়......

❤️

#RJGOKUL #loverjgokul #LOVE_STORY  #lovepost #love #feelings #axomiya #assamese #assam #Love #MissYou #rjgokul #rjgokulentertainment #voiceover #rj #romantic #quotes #yourquote