প্ৰেম আমি নকৰোঁ,
আমি প্ৰেমৰ বাবে অপেক্ষা কৰোঁ,
কিন্তু আমাৰ প্ৰেম চিৰ জীৱনৰ বাবে,
সেইবাবে আমি অপেক্ষা কৰোঁ
সঁচা ভালপোৱাৰ বাবে....
এতিয়া সঁচা ভালপোৱা কি ক'বলৈ হ'লে
য'ত নাথাকে কোনো স্বাৰ্থ সেয়াই হৈছে সঁচা ভালপোৱাৰ পৰিচয়, 
যি আমি কৰোঁ নিঃস্বাৰ্থ প্ৰেম.....

- আৰ. জে. গকুল 


❤️

#RJGOKUL #loverjgokul #LOVE_STORY  #lovepost #love #feelings #axomiya #assamese #assam #Love #MissYou #rjgokul #rjgokulentertainment #voiceover #rj #romantic #quotes #yourquote