আজিৰ চিঠি খন:-
নমস্কাৰ গকুল দা , আশা কৰোঁ আপোনাৰ ভাল , শেহতীয়াকৈ ইংৰাজী নৱবৰ্ষৰ লগতে ভোগালী বিহু ওলগ জনালোঁ ।
আশা কৰোঁ মোৰ বাৰ্তাটো আপোনাৰ কন্ঠত সুন্দৰ কৈ উপস্থাপন কৰিব
মোৰ প্ৰিমাকৰ নাম তৰা
জীৱনলৈ বহুত মানুহ আহে আৰু যাই । কিছুমান সুখত আৰু কিছুমান দুখত । খুব কম সংখ্যক মানুহেই হৃদয় কপজ্বা কৰি ল'ব পাৰে । ঠিক এদিন মোৰ হৃদয় খনো দখলৰ কৰি লৈছিলা তোমাৰ নামেৰে । মোৰ জীৱনত তুমি বিশেষ মোৰ বাবে । আৰু আজি এই বিশেষ দিনটোত হিয়া ভৰা শুভেচ্ছা জনালোঁ । কি লিখিম তোমাৰ কথা মোৰ শব্দ কমি যাব তথাপিও চেষ্টা কৰিছোঁ । মৰম বোৰ শব্দ আকাৰে প্ৰকাশ কৰিবলৈ । তুমি মোৰ সদায় মোৰ হৈ থাকিব , মৰম অভিমান আৰু কাজিয়া বোৰ এনেকৈ থাকিব দিবা , মৰম বোৰ ভগাই নিদিবা সদায় হাঁহি থাকা সুখত থাকা । মৰম ভালপোৱা কাজিয়া থাকিব তোমাৰ লগত জনম এৰি জনম জনমলৈ , আজি যেনেকৈ সুখী অনুভব কৰিছা এনেকৈ অনাগত প্ৰতিটো দিনত এনেকৈ নিজক লৈ নিজৰ মাজত নিজৰ বাবে সুখী হৈ থাকা তাৰে কামনা । মৃত্যুক যিহেতু উদয্যাপন কৰিব নোৱাৰোঁ তোমাৰ জন্ম দিনৰ উদয্যাপন এনেকৈ কৰোঁ যাতে তোমাৰ জন্ম দিনৰ উদয্যাপনৰ গুঞ্জন শুনি ভগৱানে তোমাক দুদিন বেছিকৈ আয়ুস দিয়ক । আজি এই বিশেষ দিনটোত ভগৱানক ধন্যবাদ জনাইছো তোমাক সংগী কৰোৱাৰ বাবে আৰু আমাৰ মৰম বোৰ এনেকৈ অটুট থাকে যেন
মোৰ হৃদয়ৰ জোনাক ৰাতি আকাশত জ্বিলিকি থাকা মোৰ তৰা জনি হৈ
Wich you very happy birthday , always be happy god bless you
Justin Biki, যোৰহাট
জীৱনৰ ৰং ৷ Special Promo | Happy New Year 2022
https://youtu.be/PGXv5WeS6mc
অলপ কথা পাতো আহক লগত আছে কোনোবা বিশেষ । Video 01 | RJ GOKUL
https://youtu.be/lsg0UFKny-s
Special Thanks To Jugantar Rathangapani
#RJGOKUL #loverjgokul #LOVE_STORY #lovepost #love #feelings #axomiya #assamese #assam #Love #MissYou #rjgokul #rjgokulentertainment #voiceover #rj #romantic #quotes #yourquote
FACEBOOK: https://www.facebook.com/RJ-GOKUL-510249722760732/
INSTAGRAM: https://www.instagram.com/loverjgokul/
TWITTER: https://twitter.com/RJGOKUL5?s=09
❤️❤️❤️Love is everywhere❤️❤️❤️
CONTACT US: jockeyromantic@gmail.com
----------- RJ GOKUL -----------
If any copyright owner has an issue with the video, please contact me.
My E-mail ID: jockeyromantic@gmail.com
0 Comments